ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য ৮০ শতাংশ সম্পূৰ্ণ হৈছে ৷
শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ’ব দলংখন৷
সামাজিক মাধ্যমত দলঙৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷