Breaking

শিৱসাগৰৰ দিচাং ৰজাবাৰীত দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক…

0 49

শিৱসাগৰৰ দিচাং ৰজাবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দলঙৰ ৰেলিং ভাঙি দিচাং নৈত পৰিল ১২ চকীয়া ট্ৰাক। তিনিচুকীয়াৰ পৰা যোৰহাটলৈ ৰড কঢ়িয়াইছিল ট্ৰাকখনে।

কথমপি প্ৰাণ ৰক্ষা ট্ৰাকখনৰ চালক-হেণ্ডিমেনৰ। সাঁতুৰি নৈ পাৰ হয় মুকিবুৰ ৰহমান, দিলদাৰ হুছেইনে।

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি দুয়োকে। ট্ৰাকখন উদ্ধাৰৰ চেষ্টা আৰক্ষী, SDRFৰ।

Leave A Reply

Your email address will not be published.