Breaking

সাই আৰ এন এছ একাডেমীৰ এগৰাকী ১৭ বছৰীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ…

0 35

সাই আৰ এন এছ একাডেমীৰ সঞ্চালকৰ বৰ্বৰতা। এগৰাকী ১৭ বছৰীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰক গুৰুলা গুৰুলকৈ প্ৰহাৰ। কোচিং কৰা ব্যক্তিগত প্ৰতিষ্ঠানৰ পোছাক পিন্ধি মাচুল দিবলৈ যোৱাৰ বাবেই ছাত্ৰক প্ৰহাৰ।

সঞ্চালক দুলাল তালুকদাৰৰ বৰ্বৰোচিত প্ৰহাৰত আহত ছাত্ৰগৰাকী। সাই আৰ এন এছত অধ্যয়নৰত ছাত্ৰগৰাকীয়ে এখন ব্যক্তিগত প্ৰতিষ্ঠানত JEEৰ বাবে কোচিং কৰে।

কোচিঙৰ পৰা সাই আৰ এন এছত দ্বাদশ শ্ৰেণীৰ পঞ্জীয়ন মাচুল দিবলৈ গৈছিল। ব্যক্তিগত প্ৰতিষ্ঠানৰ পোছাক পিন্ধি মাচুল দিবলৈ যোৱাটোৱেই যেন অপৰাধ হ’ল ছাত্ৰজনৰ বাবে।

Leave A Reply

Your email address will not be published.