Breaking

মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত এগৰাকী বাইক আৰোহী…

0 83


মৰিয়নিত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম,ডাম্পাৰৰ খুন্দাত গুৰুত্বৰ ভাৱে আহত এগৰাকী বাইক আৰোহী
পুৱাৰ ভাগৰ পৰা মৰিয়নি নগৰৰ মাজেৰে শ শ বালি কঢ়িওৱা ডাম্পাৰৰ অতপালি,

নামানে কোনো চৰকাৰী নিতী নিয়ম।মৰিয়নিবাসীয়ে বাৰম্বাৰ প্ৰশাসনক এই বালি ডাম্পাৰখিনিক নিয়ন্ত্ৰণ কৰাৰ বাবে অনুৰুধ জনাই অহাৰ পাছতো প্ৰশাসনে চকু মুদা কুলিৰ ভাও জুৰি আহিছিল।

আজি পুৱাৰ ভাগতে এখন দ্ৰুতবেগী বালি ভৰ্ত্তি ডাম্পাৰে মহতিয়ালে এজন বাইক আৰোহীক।বাদল বাছফৰ নামৰ বাইক চালক গৰাকীক AS03CC 3768 নম্বৰৰ ডাম্পাৰ খনে মহতিয়াই গুৰুত্বৰ ভাৱে আহত কৰে।ইতিমধ্যে আহত গৰাকীক সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

“মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.