Breaking

টীয়কৰ মুদৈজানত পথ দুর্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী…

0 18


টীয়কৰ মুদৈজানত পথ দুর্ঘটনা
বাইক আৰু মাৰুতি বাহনৰ মাজত সংঘর্ষ


দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী
স্থানীয় লোকৰ তৎপৰতাত আহত লোকজনক JMCHত ভর্তি


দুর্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS23-AD-4010
বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই আহত যুৱকজনৰ পৰিচয়
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুর্ঘটনা


Leave A Reply

Your email address will not be published.