Breaking

হোজাইৰ দেৱস্থান‌ বজাৰৰ যুৱক নেকিব আহমেদ চৌধুৰীৰ প্ৰশংসনীয় পদক্ষেপ। দেৱস্থান বজাৰত মুকলি কৰিলে Advance Dental Care নামৰ এখন দন্ত চিকিৎসা সেৱা কেন্দ্ৰ

0 525

হোজাই জিলাৰ দেৱস্থান‌ বজাৰৰ যুৱক নেকিব আহমেদ চৌধুৰীৰ প্ৰশংসনীয় পদক্ষেপ।নতুনকৈ দেৱস্থান বজাৰত মুকলি কৰিলে Advance Dental Care নামৰ এখন দন্ত চিকিৎসা সেৱা কেন্দ্ৰ ।আপোনাৰ দাঁতৰ মাজত ৰঙা ছা পৰা দাঁত ল’ৰা,দাঁতৰ মাজত পুক হোৱা,কিবা কাৰণত দাঁত সলালে বা আপোনাৰ ক’লা হৈ থকা দাঁতক সৰু কালৰ দাঁতৰ নিচিনা বনাবলৈ এতিয়া আৰু চিন্তা নাই। দেবস্থান বজাৰত স্থিত চৌধুৰী মেডিকেলত আৰু চকমকা দাঁত বনাই লৈ যাব পাৰিব।

বুধবাৰে দেৱস্থান বজাৰ চৌধুৰী মেডিকেলত Advance Dental Care নামৰ এখন Dental Clinicৰ শুভ উদ্বোধনী কৰা হয়। উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে দন্ত চিকিৎসক Dr. Bharghav Kalita আৰু Dr. Binapani Das উল্লেখযোগ্য যে চৌধুৰী মেডিকেল কতৃপক্ষই জনোৱা অনুসৰি প্ৰথম দুই দিন বিনামূলীয়াকৈ দাত পৰীক্ষা কৰিব পাৰিব, ইয়াৰ পৰিবৰ্তে প্ৰতি বৃহস্পতিবাৰ আৰু দেওবাৰে উপস্থিত থাকিব বিষেশজ্ঞসকল ।

Leave A Reply

Your email address will not be published.