যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত… দুৰ্যোগ By দৈনন্দিন বাৰ্তা Last updated Sep 6, 2023 0 53 Share যোৰাবাটৰ ১৪ মাইলত বিধ্বংসী অগ্নিকাণ্ড। প্লাষ্টিক আৰু কাৰ্টুনৰ ডেম্পত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত। পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা। ASSAMFIRE 0 53 Share