Breaking

ঢেঁকীয়াপতীয়াৰ পাছত ধিঙত বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক…

0 16

ঢেঁকীয়াপতীয়াৰ পাছত এইবাৰ ধিঙত বন গাহৰিৰ আতংক।

বন গাহৰিৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কৃষক। পথাৰত কাম কৰি থকা অৱস্থাত আক্ৰমণ লোকজনক।

আহত ব্যক্তিজন ধিঙৰ বিৰিঙাবাৰীৰ আতাবুৰ ৰহমান।

Leave A Reply

Your email address will not be published.