নাজিৰা ন মাটিত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজিত

নাজিৰা ন মাটি ডেকা জামাতৰ উদ্যোগত তথা ERC চকু চিকিৎসালয়ৰ সহযোগত দেওবাৰে নাজিৰা ন মাটিত আয়োজিত হয় এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ। কেইবাজনো বিশেষজ্ঞ চিকিৎসকে অংশ লোৱা শিবিৰটোত শতাধিক লোকৰ বিনামূলীয়াকৈ চকু পৰীক্ষা কৰা হয়।

উল্লেখযোগ্য যে ন মাটি ডেকা জামাতে বিগত সময়ছোৱাত বিভিন্ন সমাজ হিতৈষী কৰ্মৰ যোগেদি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

Related Articles