Breaking

গোলাঘাটৰ পুলিবৰত টাটা মেজিক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ। ঘটনাস্হলীতে নিহত দুজন…

0 1,568

জানিব পৰামতে AS-05C-9703 নম্বৰৰ টাটা মেজিক আৰু AS-09-AC-5951 নম্বৰৰ ট্ৰাকখন তীব্ৰ বেগত খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হল।

ইফালে মৃত্যু হোৱা দুজন গুলেন ফুকন আৰু বিনোদ নায়ক আৰু গুৰুতৰ ভাবে আহত হৈছে অনুপ গগৈ আৰু মুখেশ্বৰ শইকীয়া।

বৰ্তমান গোলাঘাট শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্হাত আছে আহত কেইজন।

Leave A Reply

Your email address will not be published.