Breaking

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা ! দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু…

0 25

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকছুম অঞ্চলত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত পৰিল যাত্ৰীবাহী বাহন।

বৰ্তমান সময়লৈকে দুৰ্ঘটনাত ৫টা শিশুসহ ৮ জন লোকৰ মৃত্যু। নিহতসকলৰ লগতে দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

অঞ্চলটোত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।

Leave A Reply

Your email address will not be published.