Breaking

ঢেকীয়াজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…

0 31

ঢেকীয়াজুলি আৰক্ষীথানা এলেকাৰ ৰাজীৱ গাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা৷উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুই স্কুটী আৰোহী৷উল্লেখ্য যে ওৰাঙৰ দিশৰপৰা

ঢেকীয়াজুলিৰ দিশে আহিথকা তীব্ৰবেগী AS 12 T 1554 নম্বৰৰ চুইফট ডিজাৰ বাহন এখনে ঢেকীয়াজুলি দিশৰপৰা গৈ থকা স্কুটী এখনত ৰাজীৱ গাঁৱত প্ৰচণ্ড জুৰেৰে খুন্দা মাৰে৷ফলত স্কুটীৰ আৰোহী আব্দুল ছাত্তাৰ আৰু

মুবাৰক চৌধুৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷বৰ্তমান সংকটজনক দুয়োকে তেজপুৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে৷

Leave A Reply

Your email address will not be published.