Breaking

মুম্বাই বিমানবন্দৰত ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত…

0 25

মহাৰাষ্ট্ৰৰ মুম্বাই বিমানবন্দৰত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ সৈতে জড়িত ৫জন লোকক আটক কৰিছে মুম্বাই আৰক্ষীয়ে। আৰক্ষীৰ মতে, ইথিওপিয়ান এয়াৰলাইন্সৰ বিমানখনত কিছু ৰাসায়নিক পদাৰ্থ ভৰোৱাৰ সময়ত হঠাতে এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়, তাৰ পাছত বিমানবন্দৰ প্ৰশাসনে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে।

শনিবাৰে মুম্বাই বিমানবন্দৰত ইথিওপিয়ান এয়াৰলাইন্সৰ এখন বিমানত কিছু ৰাসায়নিক পদাৰ্থ ভৰোৱাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়।

সম্প্ৰতি পুলিচে এই ৰাসায়নিক পদাৰ্থ কি আছিল তদন্ত কৰি আছে। এই গোচৰৰ সৈতে জড়িত ৫ জন লোকক আটক কৰিছে মুম্বাই আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.