Breaking

ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত নিৰ্বাচনী আঁচনি সন্দৰ্ভত এখন বৈঠক

0 17

আজি ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক সভাপতি শ্ৰী বাবুলাল মাৰাণ্ডী দেৱৰ অধ্যক্ষতাত আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা দেৱৰ উপস্থিতিত বিভিন্ন নিৰ্বাচনী আঁচনি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আগন্তুক ঝাৰখণ্ডৰ নিৰ্বাচনত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ সকলো প্ৰকাৰৰ পদক্ষেপ লোৱাৰ কথা অৱগত কৰে আৰু মুখ্যমন্ত্ৰী দেৱে প্ৰতিজন বিজেপি কাৰ্যকৰ্তাক জনতাৰ মাজলৈ গৈ জনসম্পৰ্ক কৰিবলৈ মতপোষণ কৰে৷৷

Leave A Reply