Breaking

প্ৰেমৰ ছলনাৰে বড়ো সম্প্ৰদায়ৰ হিন্দু যুৱতীক শ্লীলতা সানিৰ চেষ্টা এজন মুছলমান সম্প্ৰদায়ৰ যুৱকৰ৷

0 21

শনিবাৰে ঢেকীয়াজুলিৰ শ্বহীদ পাৰ্কত প্ৰেমৰ ছলনাৰে বড়ো সম্প্ৰদায়ৰ হিন্দু যুৱতীক শ্লীলতা সানিৰ চেষ্টা এজন মুছলমান সম্প্ৰদায়ৰ যুৱকৰ৷

ইতিমধ্যে বিভিন্ন সংগঠনৰ সহযোগত নিখিল বড়ো ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলে যুৱকক কৰায়ত্ত কৰি ঢেকীয়াজুলি আৰক্ষীক গতাই দিয়ে৷

উল্লেখ্য যে চপাই ৰৌমাৰী পথাৰৰ বড়ো সম্প্ৰদায়ৰ হিন্দু যুৱতী এগৰাকীক নাইছ আলী নামৰ মুছলমান যুৱক এজনে নিজৰ পৰিচয় লুকুৱাই প্ৰেমৰ জালত পেলায়৷ইমানতে সীমাবদ্ধ নাথাকি আজি ঢেকীয়াজুলিৰ শ্বহীদ পাৰ্কত যুৱতীগৰাকীৰ শ্লীলতা সানিৰ চেষ্টা কৰে যুৱকজনে৷

ইয়াকেলৈ আজি ক্ষোভিত হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে কেইবাটাও হিন্দু সংগঠন৷

Leave A Reply