Breaking

বঙাইগাঁৱৰ শিঙিমাৰীত ৰৈ থকা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ ! দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী…

0 25

বঙাইগাঁৱৰ শিঙিমাৰীত ৰৈ থকা ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ। দুৰ্ঘটনাত থিতাতে নিহত এজন যাত্ৰী।

আহত হৈছে বাছখনৰ আন ১৫জন যাত্ৰী। গুৰুতৰভাৱে আহত দুজনক চিকিৎসালয়ত ভৰ্তি।

বঙাইগাঁৱৰ পৰা গোৱালপাৰা অভিমুখী আছিল বাছখন।

Leave A Reply

Your email address will not be published.