গ্ৰীষ্ম প্ৰৱাহৰ বাবে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত জাৰি কৰিছে ৰেড এলাৰ্ট…

ভাৰতৰ বহু ৰাজ্যত বাৰিষাৰ বৰষুণ সৃষ্টি যদিও এতিয়াও দেশৰ পূব আৰু উত্তৰ-পশ্চিম অঞ্চলত গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।

গ্ৰীষ্ম প্ৰৱাহৰ বাবে বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশত জাৰি ৰেড এলাৰ্ট।

ৰেড এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ।

১৩-১৬ জুন পৰ্যন্ত উত্তৰ-পূবত প্ৰৱল বৃষ্টিপাতৰ আশংকা।

Related Articles