Breaking

ভোটাধিকাৰ সাব্যস্ত কৰি মাতৃ ছোনিয়া গান্ধীৰ সৈতে এখন চেলফি ৰাহুল গান্ধীৰ…

0 22

আজি দেশৰ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সংসদীয় সমষ্টিত ভোটগ্রহণ হ’ব।

সাংসদ ৰাহুল গান্ধীয়ে ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছ নেত্ৰী তথা মাতৃ ছোনিয়া গান্ধীৰ সৈতে এইদৰে ল’লে এখন চেলফি।

তাৰপিছত ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতেও তুলিলে এখন ফটো।

Leave A Reply

Your email address will not be published.