Breaking

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ”Nayi Rashni Foundation” ৰ তৰফৰ পৰা আদৰ্শনীয় পদক্ষেপ…

0 26

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত Nayi Rashni Foundation ৰ তৰফৰ পৰা আদৰ্শনীয় পদক্ষেপ । এনজিঅ’ৰ সদস্যসকলে ভঙাঘৰ আৰক্ষী চকীৰ প্ৰত্যেকগৰাকী আৰক্ষী বিষয়াক স্বাধীনতা দিৱস উপলক্ষে

একোখনকৈ ফুলাম গামোচা প্ৰদান কৰে লগতে এটা ধুনীয়া ফুলৰ থোপাও দিয়া হয়

আৰক্ষী চকীখনৰ আৰক্ষী বিষয়াসকলক ।লগতে অনাথ কণ কণ শিশু সকলক দুপৰীয়া আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.