Breaking

ইণ্ডিয়া টুডেৰ এক সমীক্ষা ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ! গৃহ ৰাজ্যৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

0 19

ইণ্ডিয়া টুডেৰ CVoter MOTN Survey ৰ মতে HUGE ব্যৱধানত ভাৰতৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৃহ ৰাজ্যৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰী।

কোনো কংগ্ৰেছৰ মুখ্যমন্ত্ৰী Top 5 ত নাই।

চন্দ্ৰবাবু নাইডুৰ ৰেটিংও উচ্চ। সমীক্ষা অনুসৰি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল নিজৰ গৃহ ৰাজ্যত অতি জনপ্ৰিয়

Leave A Reply

Your email address will not be published.