Breaking

ৰহাত জাপানীজ এনকেফেলাইটিজৰ প্ৰাদুৰ্ভাৱ! জাপানিজ এনকেফেলাটিজত আক্ৰান্ত হৈ মৃত্যু মাধুৰ্য কোঁৱৰৰ…

0 43

ৰহাৰ আমচৈত জাপানীজ এনকেফেলাইটিজৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ।

জাপানিজ এনকেফেলাটিজত আক্ৰান্ত হৈ মৃত্যু আমচৈ নকুছিৰ ১৩ বছৰীয়া মাধুৰ্য কোঁৱৰৰ ।

নকুছিৰ পুণেশ্বৰ কোঁৱৰৰ পুত্ৰ মাধুৰ্য। আঠ দিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছিল মাধুৰ্য।

মঙ্গলবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মাধুৰ্যৰ।

মৰমলগা কিশোৰটিৰ মৃত্যুত শোকৰ ছাঁ পৰিছে, বৃহত্তৰ অঞ্চলটোত ।

Leave A Reply

Your email address will not be published.