Breaking

আৱাহন থিয়েটাৰত ফটকা ফাটি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত…

17

আৱাহন থিয়েটাৰৰ ফটকা ফাটি এগৰাকী মহিলা গুৰুতৰ ভাবে আহত ।

আহত মহিলা গৰাকী জোনালি কলিতা(৩৬) ।

আহত যুবক জনৰ নাম নিশান্ত দাস(২৮) বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে সমগ্ৰ ঘটনাকলৈ সামাজিক মাধ্যমৰ লগতে নাট্যনগৰী পাঠশালাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঘটনা সন্দৰ্ভত ভুক্তভোগী যুবক গৰাকী মুখ খুলিছে ।

আনফালে অভিনেত্ৰী তথা প্ৰযোজিকা প্ৰস্তুতি পৰাশৰে সংবাদ মাধ্য়মৰ সন্মুখত ঘটনা সন্দৰ্ভত মুখ খুলিছে। এইবোৰ হৈ যায়,কেতিয়াবা আৰ্টিষ্টৰ ও হয় – এগৰাকী অভিনেত্ৰী তথা প্ৰযোজিকাৰ এনেকুবা দায়ীসৰা মন্তব্যই সকলোকে স্তম্ভিত কৰি তুলিছে ।

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰিপুণ বৰাই

Comments are closed.