Breaking

ধাৰাসাৰ বৰষুণৰ মাজতে ২৬-২৮ জুনলৈ দিল্লীত জাৰি কৰা হৈছে হালধীয়া সতৰ্কতা

0 76

দেওবাৰৰ পুৱতি নিশা দিল্লী মহানগৰীৰ কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ ফলত ২৬ জুনৰ পৰা ২৮ জুনলৈ দিল্লীৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে আই এম ডিয়ে।

গুৰুগ্ৰামৰ কিছু অংশতো প্ৰচণ্ড বৰষুণৰ সাক্ষী হৈছিল, অনলাইনত পানীৰে ভৰি থকা অঞ্চল দেখুওৱা ভিডিঅ’ প্ৰকাশ পাইছিল।

উল্লেখযোগ্য যে ৬০ বছৰতকৈও অধিক সময়ৰ ভিতৰত প্ৰথমবাৰৰ বাবে দিল্লী আৰু মুম্বাই দুয়োখন দেশতে একেলগে বাৰিষাৰ প্ৰভাৱ পৰিল।

Leave A Reply

Your email address will not be published.