Breaking

ৰঙিয়াত পুনৰ ড্ৰাগছ সহ আটক এজন যুৱক…

0 85

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যহত ৰাখিছে ।

বুধবাৰে নিশা পুণৰ ৰঙিয়া আৰক্ষীয়ে আন এক অভিযান চলাই ৰঙিয়া আই ও চিৰ পৰা ইউনুচৰ ৰহমান নামৰ এজন যুৱকক আটক কৰাৰ লগতে যুৱক জনৰ পৰা সাত গ্ৰাম ড্ৰাগছ সহ দুটাকৈ মোবাইল জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে আটকাধিন যুৱক জনক সোধপোচ অব্যহত ৰাখিছে । ধৃত যুৱকজনৰ ঘৰ ৰঙিয়া পূৱ সাহান গাওঁত ।

Leave A Reply

Your email address will not be published.