Breaking

শিৱসাগৰ ভটিয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হলত খেল চাই থাকোতেই মৃত্যু এজন যুৱকৰ

0 882

শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দুৰত্বৰ ভটিয়াপাৰৰ ভাস্কৰ জ্যোতি চিনেমা হলত কালি অঘটন।

খেল চাই থাকোতেই মৃত্যু এজন যুৱকৰ।

ভাৰত পাকিস্তানৰ ক্ৰিকেট খেল চাই আছিল যুৱক জনে।

যুৱকজনৰ নাম বিতু গগৈ।

বিতু গগৈৰ ঘৰ শিৱসাগৰ গণকপট্টীত।

আজি মৰনোত্তৰ পৰীক্ষা কৰাৰ অন্তনহে পৰিস্কাৰ হৈ পৰিব আচল মৃত্যুৰ কাৰণ।

বিতু গগৈৰ এই অবাঞ্চিত মৃত্যুকলৈ শিৱসাগৰত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Leave A Reply

Your email address will not be published.