Breaking

নামৰূপ হাপজান পৰ্বত চাহ বাগিছাৰ মুখ্য পৰিচালকৰ বিৰুদ্ধে নিৰ্যাতন চলোৱাৰ অভিযোগ এগৰাকী যুৱতীৰ…

0 82

নামৰূপ হাপজান পৰ্বত চাহ বাগিছাৰ মূখ্য পৰিচালকৰ বিৰুদ্ধে এগৰাকী যুৱতীৰ যৌন নিৰ্য্যাতনৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ । নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপ হাপজান পৰ্বত চাহ বাগিছাৰ মূখ্য পৰিচালকৰ বিৰুদ্ধে তেওঁৰ কোৱাৰ্টাৰত বনকৰা এগৰাকী যুৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে যুৱতী গৰাকীয়ে ।

মূখ্য পৰিচালক গৰাকীৰ কোৱাৰ্টাৰত কৰ্মৰত যুৱতী গৰাকী লগতে স্থানীয় ৰাইজে শনিবাৰে নামৰূপ থানাত এক এজেহাৰ দাখিল কৰাত নামৰূপ

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইন 342/354B/506 IPC, PS 84/23 গোচৰৰ অধীনত হাপজান পৰ্বত চাহ বাগিছাৰ প্ৰধান পৰিচালক গতম কাৰ্কিক জেৰা অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.