Breaking

আছুৰ ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ…

0 22

আছুৰ ডিব্ৰুগড় জিলা সভাপতিৰ পদত্যাগ। ডিব্ৰুগড় জিলা সভাপতি অবনি গগৈৰ পদত্যাগ।

ব্যক্তিগত কাৰণত পদত্যাগ ছাত্ৰনেতাজনৰ। ২০২০ত ডিব্ৰুগড় জিলা আছুৰ সাধাৰণ সম্পাদক আছিল গগৈ।

২০২৪ত লাভ কৰিছিল ডিব্ৰুগড় জিলা আছুৰ সভাপতিৰ দায়িত্ব।

Leave A Reply

Your email address will not be published.