Breaking

ধুবুৰীৰ তামাৰহাটত কিশোৰীক অপহৰণ কৰি বিৱাহপাশত আৱদ্ধ কৰাৰ চেষ্টা আব্দুল আজিজৰ…

0 26

ধুবুৰীৰ তামাৰহাটত কিশোৰীক অপহৰণ। অপহৰণ কৰি বিৱাহপাশত আৱদ্ধ কৰাৰ চেষ্টা যুৱকৰ। আব্দুল আজিজ নামৰ যুৱকজনৰ বিৰুদ্ধে অভিযোগ।

শাতসেওৰা গাঁৱৰ বাসিন্দা হবিবৰ ৰহমানৰ পুত্ৰ আব্দুল আজিজ। বিদ্যালয়লৈ যোৱাৰ পথত কিশোৰীগৰাকীক অপহৰণৰ চেষ্টা যুৱকজনৰ।

কিশোৰীগৰাকীক লৈ যোৱাৰ সময়ত সন্দেহ ওপজে একাংশৰ।

লগতে পঢ়ক : বঙাইগাঁৱৰ নৰ্থ বইটামাৰীত অগ্নিদগ্ধ হৈ বৃদ্ধ দম্পতীৰ কৰুণ মৃত্যু…

Leave A Reply

Your email address will not be published.