Breaking

Abkari constable dies during physical test আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত চাকৰি প্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

23

constable dies

আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত চাকৰি প্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

constable dies

আবকাৰী বিভাগৰ কনিষ্টবল পদৰ বাবে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা চলিছিল কেইবাটাও কেন্দ্ৰত। কিন্তু সেই পৰীক্ষাৰ সময়তে কেইবাজনো চাকৰিৰ প্ৰত্যাশীৰ এজনৰ পিছত এজনকৈ কেইবাজনৰো মৃত্যু।এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডত।

constable dies

এই ঘটনা সন্দৰ্ভত শনিবাৰে ঝাৰখণ্ড আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰিছে। তাতেই কেইবাজনো চাকৰি প্ৰত্যাশীৰ মৃত্যু হোৱাৰ কথা কোৱা হৈছে। ৰাজ্যখনৰ ৭টা কেন্দ্ৰত শাৰীৰিক সক্ষমতা পৰীক্ষাৰ আয়োজন কৰা হৈছে। সেই কেন্দ্ৰসমূহ হ’ল — ৰাঁচী, গিৰিডি, হাজৰিবাগ, পালামু, পূব সিংভূম আৰু চাহেবগঞ্জ।

constable dies

বিবৃতিটোত দাবী কৰা হৈছে যে পৰীক্ষাৰ সময়ত দুৰ্ভাগ্যজনকভাৱে একাংশ কেন্দ্ৰত চাকৰি প্ৰাৰ্থীৰ মৃত্যু ঘটিছে। মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত আছে।

লগতে পঢ়ক: ব্ৰাজিলত উচ্চতম ন্যায়ালয়ৰ ছ’চিয়েল মিডিয়া ”এক্স” সাময়িকভাৱে বাতিল কৰাৰ নিৰ্দেশ…

Comments are closed.