Breaking

পশ্চিম কাৰ্বি আংলংঙৰ হামৰেন ৰংমান্দুত দুৰ্ঘটনা…

0 109

পশ্চিম কাৰ্বি আংলংঙৰ হামৰেন ৰংমান্দুত কনটেনাৰ ট্ৰাক দুৰ্ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা ড্ৰাইভাৰসহ হেন্দিমেন ৷

পথ যাত্ৰীৰ মাজত হাহাকৰ ৷ তথ্য অনুসৰি পথ চোৱা নিৰ্মাণৰ লেহেমীয়া গতি ফলত দুৰ্ঘটনাত নুই কৰিব নোৱাৰি ৷


হামৰেনৰ গড়কাপ্তানি বিভাগীয় বিষয়া গুৰুত্ব দিয়ালৈ অপেক্ষা চছেং সমষ্টি ৰাইজৰ ৷

Leave A Reply

Your email address will not be published.