Breaking

নিশা শ্ৰদ্ধাঞ্জলি উৰণসেতুত দুৰ্ঘটনা…

0 59

নিশা শ্ৰদ্ধাঞ্জলি উৰণসেতুত দুৰ্ঘটনা।

গীতানগৰ সংযোগী পইণ্টৰ অসমৰ মানচিত্ৰৰ স্মাৰকত খুন্দা মাৰে তীব্ৰবেগী বাহনে।

সুৰামত্ত অৱস্থাত আছিল বাহনখনৰ চালক।

ঘটনাস্থলীৰ পৰা সুৰামত্ত চালকজনক আটক।

দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ চালকজন হিমাচল প্ৰদেশৰ।

দুৰ্ঘটনাত আহত এগৰাকী গৃহৰক্ষী জোৱান।

ফটো তুলি থকা অৱস্থাত এগৰাকী পথাচাৰীও আঘাতপ্ৰাপ্ত।

Leave A Reply

Your email address will not be published.