নলবাৰী বৰভাগৰ ছমাৰকুছিত অঘটন৷১১ হেজাৰ ভল্টতেজৰ বিদ্যুত পৰিবাহী তাৰত লাগিল গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক৷ভয়াবহ অগ্নি কাণ্ডৰ পৰা ৰক্ষা পৰিল সমগ্ৰ অঞ্চলটো৷গুৰুতৰ ভাবে আঘাটপ্ৰাপ্ত চালক জন সম্প্ৰতি নলবাৰী শ্বহীদ মকুন্দ কাকতি চিভিল হস্পিতালত সংকতজনক অৱস্থাত চিকিৎসাধীন৷বিদ্যুত বিভাগৰ গুৰুত্বহীনতাৰ বাবে সংঘটিত হৈছে উক্ত দুৰ্ঘটনা৷
ট্ৰাকখনে স্থানীয় তৃষ্ণা ইনডেন গেছ এজেঞ্চিত চিলিণ্ডাৰ থৈ উভতাৰ পথত সংঘটিত হয় দুৰ্ঘটনাটো৷