Breaking

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ! এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

0 54

মাণিকপুৰৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। এখন কণ্টেইনাৰ আৰু দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।

দুৰ্ঘটনাত নিহত কন্টেইনাৰৰ চালক। গুৰুতৰভাৱে আহত ট্ৰাক চালক, হেণ্ডিমেনসহ তিনিজন।

আহতসকলক বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি।

Leave A Reply

Your email address will not be published.