Breaking

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা, পাহাৰৰ পৰা পথৰ ওপৰত খহি পৰিল শিল…

0 22

উত্তৰাখণ্ডৰ কেদাৰনাথৰ পদপথত দুৰ্ঘটনা।

পাহাৰৰ পৰা পথৰ ওপৰত শিল খহি ৩ জন লোকৰ মৃত্যু।

ঘটনাত আহত হৈছে ২ জন লোক।

যাত্ৰীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ SDRFৰ।

Leave A Reply

Your email address will not be published.