Breaking

NCRB ৰ তথ্য মতে ভাৰতত শিক্ষাৰ্থীৰ চৰমপন্থা গ্ৰহণৰ হাৰ বছৰি ২% বৃদ্ধি…

0 13

উদ্বেগজনক! চৰমপন্থা গ্ৰহণ কৰা কৃষকৰ তুলনাত বৰ্তমান ভাৰতত চৰমপন্থা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যা অধিক। মহাৰাষ্ট্ৰ, তামিলনাডু আৰু মধ্য প্ৰদেশত ইয়াৰ হাৰ সৰ্বাধিক ।

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ (NCRB)ৰ তথ্য মতে, ভাৰতত শিক্ষাৰ্থীৰ চৰমপন্থা গ্ৰহণৰ হাৰ বছৰি ২% বৃদ্ধি।

বিগত ১০ বছৰত ০-২৪ বছৰীয়া লোকৰ জনসংখ্যা ৫৮২ নিযুতৰ পৰা ৫৮১ নিযুতলৈ হ্ৰাস, চৰমপন্থা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৩,০৪৪ জনলৈ বৃদ্ধি ।

Leave A Reply

Your email address will not be published.