Breaking

আল্লু অৰ্জুনৰ কেৰালা সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান…

0 16

কেৰালাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি অভিনেতা আল্লু অৰ্জুনৰ। ৱায়ানাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্তক সহায়ৰ বাবে আগবঢ়ায় এই অনুদান।

কেৰালাৰ ৱায়ানাড জিলাত এক ভয়াৱহ ভূমিস্খলনত ৩০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। ধাৰাসাৰ বৰষুণৰ আৰু ভূমিস্খলনৰ ফলত যথেষ্ট ক্ষতি হৈছে। বহু চেলিব্ৰিটিয়ে আগবাঢ়ি আহি ভুক্তভোগীৰ বাবে ধন আগবঢ়াইছে। আল্লু অৰ্জুনে কেৰেলাৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াই নিহতসকলৰ বাবে প্ৰাৰ্থনা কৰে।

Leave A Reply

Your email address will not be published.