বলীউডৰ প্ৰবীণ অভিনেতা মনোজ কুমাৰৰ দেহাৱসান।(Actor-director Manoj Kumar)
৮৭ বছৰ বয়সত বলীউডৰ প্ৰবীণ অভিনেতাগৰাকীৰ দেহাৱসান।(bollywood)

মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত মৃত্যু অভিনেতাজনৰ।(passes away)
‘পূৰব ঔৰ পশ্চিম’, ‘ক্রান্তি’, ‘ৰোটি কপড়া ঔৰ মকান’ আদি বোলছবিত কৰিছিল বলিষ্ঠ অভিনয় অভিনেতা মনোজ কুমাৰে।

বলীউডত ‘ভাৰত কুমাৰ’ হিচাপেও পৰিচিত আছিল মনোজ কুমাৰ।
দেশপ্রেমমূলক ছবিত অভিনয়েৰে মন জয় কৰিছিল ৰাইজৰ।

১৯৯২ চনত পদ্মশ্ৰী আৰু ২০১৫ চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল মনোজ কুমাৰে।(Bharat Kumar)
‘ৱহ কৌন থী’, ‘পাথৰ কে ছনম’, ‘নীলকমল’ আদি ছবিও পৰিচালনা কৰিছিল মনোজ কুমাৰে।