Breaking

থিয়েটাৰ মাজতে গাড়ীৰ সৈতে দৰ্শকৰ ওপৰত বাগৰি পৰিল অভিনেতা যতীন বৰা…

0 25

ভ্ৰাম্যমান থিয়েটাৰ চলি থাকোতে অঘটন। বৰপেটা জিলাৰ চেঙাত চলি আছিল ইতিহাস থিয়েটাৰৰ দ্বিতীয় নাট মহাৰাজতত অঘটন। যতীন বৰাই দৰ্শকৰ মাজৰে গাড়ী চলাই আহি থাকতে গাড়ীৰ সৈতে বাগৰি পৰে দৰ্শকৰ মাজত।

যাৰফলত মহিলাসহ শিশু ৭ জনকৈ লোক আঘাতপ্ৰাপ্ত হয়। আহত কেইগৰাকীক চেঙা আদর্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হয়।

Leave A Reply

Your email address will not be published.