Breaking

স্তন কেন্সাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খান! কৰ্কটৰ তৃতীয় স্তৰত আক্ৰান্তৰ কথা প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে…

0 68

স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত অভিনেত্ৰী হিনা খান৷

ইনষ্টাগ্ৰামত কৰ্কটৰ তৃতীয় স্তৰত আক্ৰান্তৰ কথা প্ৰকাশ কৰি সাহসেৰে আগবাঢ়িব বুলিও অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

টেলিভিছন তাৰকা হিনা খানে শুকুৰবাৰে প্ৰকাশ কৰে যে তেওঁৰ ষ্টেজ থ্ৰী স্তন কেন্সাৰ ধৰা পৰিছে আৰু তেওঁৰ চিকিৎসা চলি আছে। তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ৩৬ বছৰীয়া হিনা খানে এটা দীঘলীয়া টোকা শ্বেয়াৰ কৰিছে য’ত তেওঁ কয় যে তেওঁ “এই ৰোগ দূৰ কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আৰু প্ৰতিশ্ৰুতিবদ্ধ”।

Leave A Reply