Breaking

বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল, চকুলো টুকা দেখা গ’ল সোণাক্ষীক…

0 30

আনুষ্ঠানিকভাৱে বিবাহপাশত আৱদ্ধ অভিনেত্ৰী সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল।

দুয়োকে অতি ধুনীয়া দেখা গৈছে।

বিয়া আৰু অভ্যৰ্থনাৰ ভাইৰেল ছবি আৰু ভিডিঅ’ৰ মাজতে সোণাক্ষী আৰু জহীৰৰ বিবাহৰ পূৰ্বে কৰা এক অনুষ্ঠানৰ ক্লিপো ওলাইছে, য’ত অভিনেত্ৰীগৰাকীক চকুলো টুকি থকা দেখা গৈছে।

Leave A Reply