Breaking

ৰাছিয়াৰ পাছত এইবাৰ ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে…

0 22

ৰাছিয়াৰ পাছত এইবাৰ ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

২৩ আগষ্টত ইউক্ৰেইন ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পাছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জুলাই মাহ ৮ তাৰিখে ভ্ৰমণ কৰিছিল ৰাছিয়া।

Leave A Reply

Your email address will not be published.