Breaking

বানৰ পাছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছত ১৮৭জন লোক আক্ৰান্ত…

0 19

বানৰ পাছত ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক। ২৪জিলাৰ ১৮৭জন লোক আক্ৰান্ত জাপানীজ এনকেফেলাইটিছত। ১এপ্ৰিলৰ পৰা GMCHত ভৰ্তি ২২গৰাকী লোক, মৃত্যু ৫গৰাকীৰ।

৩৫ খন জিলাৰ ভিতৰত যোৰহাট জিলাত JE ত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বাধিক

দ্বিতীয় সৰ্বাধিক – ধেমাজি , ডিব্ৰুগড়

তৃতীয় সৰ্বাধিক – শিৱসাগৰ

যোৰহাট জিলাত JEত আক্ৰান্ত- ৪০ , মৃত্যু ১
বৰপেটা জিলাত – ১৩
ধেমাজি – ১৬ , মৃত্যু ২
ডিব্ৰুগড় – ১৬
গোলাঘাট – ১৩
শিৱসাগৰ – ১৫ , মৃত্যু ৩
লখিমপুৰ – ৯ ,
কামৰূপ R – ৭ , মৃত্যু ১


কামৰূপ মহানগৰ – ৫
শোণিতপুৰ – ৬ , মৃত্যু ১
নগাঁও – ৬
মৰিগাঁও – ৭
বিশ্বনাথ – ৩
চৰাইদেউ – ৬
দৰং – ৫
তিনিচুকীয়া – ৬
নলবাৰী – ৪
গোৱালপাৰা – ২
বঙাইগাঁও – ২
কাৰ্বি আংলং পূৱ – ২
কাৰ্বি আংলং পশ্চিম – ১
কোকৰাঝাৰ – ১
বাক্সা – ১
মাজুলী – ১

Leave A Reply

Your email address will not be published.