Breaking

নলবাৰীত সংঘটিত দুৰ্ঘটনাৰ পাছতেই গধুৰ যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি…

0 24

গধুৰ যান-বাহনৰ বিৰুদ্ধে কঠোৰ নলবাৰী জিলা প্রশাসন
► গধুৰ যান-বাহনৰ চলাচলত বিশেষ নির্দেশনা জাৰি


► পুৱা ৭ বজাৰ পৰা নিশা ১০ বজালৈ গধুৰ যান-বাহনৰ
চলাচলত নিষেধাজ্ঞা নিষেধাজ্ঞা


► আইন উলংঘাকাৰীৰ বিৰুদ্ধে অভিযোগ দিবলৈ নম্বৰ
মুকলি প্ৰশাসনৰ
► হোৱাটছএপ নম্বৰ ৯৭০৬১-১৫৬৪৯ত দিব পাৰিব অভিযোগ

Leave A Reply

Your email address will not be published.