Breaking

পুনৰ ক’ৰনাত আক্ৰান্ত সাংসদ তপন কুমাৰ গগৈ

0 2,112

পুনৰ ক’ৰনাত আক্ৰান্ত হৈছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ । দ্বিতীয়বাৰৰ বাবে ক’ৰনাত আক্ৰান্ত সাংসদগৰাকী । চাবুৱাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে যোৰহাটত কৰা টেষ্টত তেওঁৰ ৰিজাল্ট পজিটিভ আহে ।মোদীৰ সভাৰ মঞ্চত থাকিবলগীয়াসকলৰ কৰা হৈছিল ক’ভিড টেষ্ট । মোদীৰ জন সভাত উপস্থিত থকাৰ কথা আছিল তপন কুমাৰ গগৈ । আনহাতে ইয়াৰ পূৰ্বেও ২০২০ত প্ৰথমবাৰ ক’ৰনাত আক্ৰান্ত হৈছিল সাংসদগৰাকী । ইতিমধ্যে সোনাৰিৰ বাসগৃহত হোম কোৱাৰেন্টাইনত আছে সাংসদগৰাকী ।

Leave A Reply

Your email address will not be published.