Breaking

আই পি এল ২০২৪ৰ পূৰ্বে বিৰাট কোহলীৰ পথেৰে কে এল ৰাহুল…

0 45

বিৰাট কোহলীৰ পথ লৈ কে এল ৰাহুলে আই পি এল ছিজনৰ পূৰ্বে উজ্জয়িনৰ মহাকালেশ্বৰ জ্যোতিৰ্লিংগ মন্দিৰ পৰিদৰ্শন কৰি সেৱা লয়। ২০ মাৰ্চত ৰাহুলে লক্ষ্ণৌত উপস্থিত হোৱাৰ সম্ভাৱনা আছে যদিও ২১ মাৰ্চত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া প্ৰি-আই পি এল অধিনায়ক কনক্লেভৰ পৰিপ্ৰেক্ষিতত তেওঁ হয়তো এদিন পিছত দলৰ সতীৰ্থৰ সৈতে যোগদান কৰিব পাৰে। ২৪ মাৰ্চত জয়পুৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে এল এছ জিৰ অ’পেনাৰ খেল।২২ মাৰ্চত আই পি এলৰ আৰম্ভণি হ’ব আৰু চি এছ কেয়ে আৰ চি বিৰ বিৰুদ্ধে খেলিব।

আই পি এল ২০২৪ৰ বাবে এল এছ জিৰ দল-

কে এল ৰাহুল (কেপ্তেইন, wk), কুইণ্টন ডি কক (wk), কাইল মেয়াৰ্ছ, দেৱদত্ত পডিক্কাল, নিকোলাছ পুৰাণ (wk), আয়ুষ বাডোনি, দীপক হুডা, এষ্টন টাৰ্নাৰ, কে গৌথাম, ক্ৰুনাল পাণ্ডিয়া, মাৰ্কাছ ষ্টয়নিছ, প্ৰেক মানকাদ, আৰ্শিন কুলকাৰ্ণী , ডেভিদ উইলি, মহছিন খান, শ্বামাৰ জোচেফ, যশ ঠাকুৰ, নবীন-উল-হক, মায়ংক যাদৱ, যুধবীৰ সিং, শিৱম মাভি, আৰ্ছাদ খান, ৰবি বিষ্ণোই, অমিত মিশ্ৰ, এম সিদ্ধাৰ্থ।

Leave A Reply

Your email address will not be published.