Breaking

অসুস্থ সংগীতশিল্পী অৰিজিৎ সিং, পিছুৱাই দিলে ব্ৰিটেইন ভ্ৰমণ; বাতিল কৰিলে সকলো অনুষ্ঠান…

0 25

অসুস্থ সংগীতশিল্পী অৰিজিৎ সিং। পিছুৱাই দিলে ব্ৰিটেইন ভ্ৰমণ। বাতিল কৰিলে সকলো অনুষ্ঠান। অৰিজিত সিঙে স্বাস্থ্যজনিত সমস্যাৰ বাবে ব্ৰিটেইন ভ্ৰমণ স্থগিত ৰাখিছে। ইয়াৰ বাবে ছ’চিয়েল মিডিয়াতো অনুৰাগীৰ ওচৰত ক্ষমা খুজিছে কণ্ঠশিল্পীগৰাকীয়ে।

ব্ৰিটেইন ভ্ৰমণ পিছুৱাই দিয়াৰ কাৰণ হ’ল অৰিজিত সিঙৰ স্বাস্থ্যজনিত সমস্যা। অৱশ্যে ছচিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ বাবে সকলো অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে গায়কজনে। লগতে তেওঁৰ ব্ৰিটেইনৰ কনচাৰ্টৰ নতুন তাৰিখো ঘোষণা কৰিছে। অনুৰাগীৰ ওচৰতো ক্ষমা খুজিছে। অৱশ্যে তেওঁৰ কি হৈছে সেই কথা কোৱা নাই কণ্ঠশিল্পীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.