Breaking

এয়াৰ ইণ্ডিয়াৰ মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি…

0 15

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমা বিস্ফোৰণৰ ভাবুকি। মুম্বাইৰ পৰা তিৰুৱনন্তপুৰমলৈ যাত্ৰা কৰা বিমানত বোমা বিস্ফোৰণৰ ভাবুকি।

তিৰুৱনন্তপুৰম বিমানবন্দৰত নিৰাপদে অৱতৰণ এয়াৰ ইণ্ডিয়াৰ ৬৫৭ বিমানৰ।

তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুৱা ০৭:৩৬ বজাত সম্পূৰ্ণ জৰুৰীকালীন অৱস্থা ঘোষণা।

Leave A Reply

Your email address will not be published.