Breaking

বিচ্ছেদ হোৱা নাই ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ! দেখুৱালে বিবাহৰ আঙঠি…

0 20

বিবাহ-বিচ্ছেদ নহয় ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ! বিৱাহ-বিচ্ছেদৰ বাতৰি সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিষেক বচ্চনে।

২০০৭ চনত অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ হয়। দুয়োৰে আৰাধ্যা বচ্চন নামৰ এগৰাকী কন্যা সন্তান আছে। বলীউডৰ অভিনেতা অভিষেক বচ্চনে তেওঁৰ আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ বিবাহক লৈ উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলা খবৰক লৈ ওলাইছে উৰাবাতৰি।শেহতীয়াকৈ এক মত বিনিময় অনুষ্ঠানত অভিষেকে নিজৰ বিয়াৰ আঙঠি দেখুৱাইছিল আৰু কৈছিল যে তেওঁ ‘এতিয়াও বিবাহিত’।

Leave A Reply

Your email address will not be published.