‘I.N.D.I.A.ক AIUDFয়ে সহায় কৰিবই ! ২০২৪ত দিল্লীৰ পৰা বিদায় দিব লাগিব বিজেপিক – বদৰুদ্দিন আজমল…

‘I.N.D.I.A.ক AIUDFয়ে সহায় কৰিবই। ২০২৪ত দিল্লীৰ পৰা বিদায় দিব লাগিব বিজেপিক। ৰাহুল গান্ধীৰ কংগ্ৰেছ I.N.D.I.A.ৰ এটা অংশীদাৰী দলহে।

I.N.D.I.A.ৰ বাকী দলসমূহে AIUDF সন্দৰ্ভত একো মন্তব্য দিয়া নাই। আমি কংগ্ৰেছৰ সৈতে কথা পতা নাই। আমি নীতিশ কুমাৰ, সাৰদ পাৱাৰৰ সৈতে কথা পাতিছো।

AIUDFলৈ কংগ্ৰেছৰ বহু নেতা-কৰ্মী আহিব। ২৪ৰ নিৰ্বাচনলৈ এতিয়াও ৬মাহ বাকী আছে’। এই মন্তব্য বদৰুদ্দিন আজমলৰ।

Related Articles