Breaking

এ আই ইউ ডি এফ’ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান

0 18

এ আই ইউ ডি এফ’ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান

নগাওঁৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম লৰিৰমুখত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত অনুষ্ঠিত সভাত এ আই ইউ ডি এফ’ৰ যুৱ মৰ্চাৰ সভাপতি জেহেৰুল ইছলামে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত আনুষ্ঠানিক যোগদান কৰে।


উক্ত সভাত NSUI ৰাষ্ট্ৰীয় কোষাধ্যক্ষ তৰ্জিহুছ হুছেইন NSUI লাঁওখোৱা ব্লক কংগ্ৰেছৰ সভাপতি জগদীশ সিনহা লগতে সকলো স্তৰৰ নেতা কৰ্মী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.